Zubeen Garg Song নিজৰ বুলিবলৈ Nijor buliboloi

 

Song   -Nijor buliboloi নিজৰ বুলিবলৈ

Singer – Zubeen Garg


নিজৰ বুলিবলৈ তুমি আছা বুকুতে
বিচাৰো মই তোমাৰ বনত ওমলিবলৈ

নদী বৈ জানা মৰমকে লৈ সাগৰলে

হেঙুলী আবেলি মোৰ প্ৰনয়ক সজোয়া আদৰৰে
তুমি সাৰে আছা মোৰ প্ৰতিটো গানে গানে

নিজৰ বুলিবলৈ তুমি আছা বুকুতে
বিচাৰো মই তোমাৰ বনত ওমলিবলৈ

নদী বৈ জানা মৰমকে লৈ সাগৰলে

অনুৰাগী হিয়াতে দিয়া দুহাতৰে একাজাঁলী মৰমৰ  সঁফুৰা

অভিমানি পল বোৰকো পাৰিবানে  দি যাৱগোপনে ঠিকনা

হেঙুলী আবেলি মোৰ প্ৰনয়ক সজোয়া আদৰৰে
তুমি সাৰে আছা মোৰ প্ৰতিটো গানে গানে

নিজৰ বুলিবলৈ তুমি আছা বুকুতে
বিচাৰো মই তোমাৰ বনত ওমলিবলৈ

নদী বৈ জানা মৰমকে লৈ সাগৰলে

দোক মেকালি মনৰ কোঠালী ঢালি দিয়া পোহৰৰে
জোনাকী  জোনাকী মেলা

চিনাকি চিনাকি তোমাৰ মুখেৰে লগৰী মোৰ
লাজৰে ওৰণি গুচেয়া

হেঙুলী আবেলি মোৰ প্ৰনয়ক সজোয়া আদৰৰে
তুমি সাৰে আছা মোৰ প্ৰতিটো গানে গানে

নিজৰ বুলিবলৈ তুমি আছা বুকুতে
বিচাৰো মই তোমাৰ বনত ওমলিবলৈ

নদী বৈ জানা মৰমকে লৈ সাগৰলে
নদী বৈ জানা মৰমকে লৈ সাগৰলে
নদী বৈ জানা মৰমকে লৈ সাগৰলে

Leave a Comment