tumi tumi assamese song with assamese lyrics


Song- Tumi Tumi
Singer- Achurjya Borpatra
Music- Achurjya Borpatra
Lyrics- Achurjya Borpatra, Arshad

Play – Streaming 

তুমি তুমি তুমি লগা প্ৰতিটো ধেমালিবুজা নুবুজা এটি প্ৰেমৰে ৰগিনিসাধু সাধু লগা প্ৰতিটো কাহিনী
সুৰ তুমি আকাশৰসুৰ তুমি হেঁপাহৰসুৰ যাযাবৰী জীৱনৰ
আকাশ ৰেঙুলীহেঙুলী আবেলিলাহে লাহে বাঢ়ে এই প্ৰনই
তুমি তুমি তুমি লগা প্ৰতিটো ধেমালিবুজা নুবুজা এটি প্ৰেমৰে ৰগিনি
সাধু সাধু লগা প্ৰতিটো কাহিনীʼডালী আহে তোমাৰে বাবে
ʼডালী আহে শুকুলা মেঘৰ কথা কৱলেশদীয়া নামে তোমাৰে বাবেহেঙুলী আকাশৰ বতৰা দিবলৈ
সাৱটি ৰাখিছোঁহৃদ্য়ৰ সিমনততোমাৰে অলেখ মৰম
ফাগুনী বতাহেকানে কানে সুধেবাউলী এই কাৰ মৰম
সুৰ তুমি আকাশৰসুৰ তুমি হেঁপাহৰসুৰ যাযাবৰী জীৱনৰ
আকাশ ৰেঙুলীহেঙুলী আবেলিলাহে লাহে বাঢ়ে এই প্ৰনই
তুমি তুমি তুমি লগা প্ৰতিটো ধেমালিবুজা নুবুজা এটি প্ৰেমৰে ৰগিনি
সাধু সাধু লগা প্ৰতিটো কাহিনী

Leave a Comment