tumar ukhahot assamese album song by Neel Akash assamese lyrics

 

tumar ukhahot assamese album song by Neel Akash assamese lyrics
tumar ukhahot assamese album song by Neel Akash assamese lyrics
 
Song: TUMAR UKHAHOT 
Vocal: NEEL AKASH 
Music: TRION MAHANTA 
Lyricist: PUNAM NATH
 

মনতে আজি মোৰকিহৰে শিহৰন জাগে 
এমুঠি সপোনেʼতনো উৰা মাৰে
তুমিয়ো আহিলা
বহি কাষতে 
কিনো কঁও আজি মই
তোমাক নোকোৱাকে
উমলি উভতি আহে
কৌকীৰী উফৰি আহে
ঔকা ৰাতি ওঠতে
অলেখ ভাষা
তোমাক দেখি মোৰ
জাগে মায়াৱী আশা 
তোমাৰ উশাহতে যেমই বিলীন হওঁ
তুমি জানানে নাজানাতোমাৰ উশাহতে যেমই বিলীন হওঁতুমি বুজা নে নুবুজা 
একুলা দুকুলা কৈ
বাঢ়ি অহা মৰম
চেনেহী ʼ তুমি
মোৰে সাঁথৰ
ৰাতি ৰাতি মোৰ গাৰু শিতানৰকোমল কৈ আঙুলিৰউমাল পলসউমলি উভতি আহে
কৌকীৰী উফৰি আহেঔকা ৰাতি ওঠতেঅলেখ ভাষা 
তোমাক দেখি মোৰ
জাগে মায়াৱী আশা 
তোমাৰ উশাহতে যেমই বিলীন হওঁতুমি জানানে নাজানা
তোমাৰ উশাহতে যেমই বিলীন হওঁতুমি বুজা নে নুবুজা

Leave a Comment