Rati Rati Assamese Film Songs 2019

 

Rati Rati ৰাতি ৰাতি Assamese Film Songs 2019

Movie Name – Ratnakar
Actor & Actress – Jantin Bora Barsha
Singer – Zubeen Garg & Gayatri Hazarika

 

 

ৰাতি ৰাতি  ছোনমোৰ সপোনবোৰেখেদি  খেদি মোক আকৌ সুই পৰে  
পোহৰ  পোহৰ মোৰ প্ৰতিটো  পুঁবা  জাগে
তোমাৰ কথা ভাবি তোমালে ʼ মাৰে 
নাজানো ʼ  তুমি থাকা
নাজানো  ʼ থাকো
জানো মাথোঁ ‍‍‍আমি থাকো সঁপোনভাঁজত 
‍‌ৰাতি ৰাতি    ছোন মোৰ সপোনবোৰে
খেদি  খেদি মোক আকৌ সুই পৰে  
নিথৰ ৰাতি   তোমাৰ বুকুৰ
শব্দ শুনু  
তুমি ছাগে এনেকুৱাই 
এন্ধাৰ পথত জোনাক ৰাতি
খোজে খোজে মই 
তুমি ছাগে এনেকুৱাই
নাজানো ʼ  তুমি থাকা
নাজানো ‍‍‍ ʼ থাকো
জানো মাথোঁ ‍‍‍আমি থাকো সঁপোন ভাঁজত 
 ৰাতি ৰাতি  ছোন মোৰ সঁপোনবোৰে
 খেদি  খেদি মোক আকৌ সুই পৰে 
দুখৰ বিষৰ  স্নেহ বোৰো
উবোৰুৱাই দিয়া 
তুমিটো এনেকুৱাই
বোকাত পদুম ফুলৰ দৰেজুবোৰাই দিয়া
ফুলি আছোঁ তেনেকুৱাই
নাজানো ʼ   তুমি থাকা
নাজানো ‍‍‍ ʼ থাকো
জানো মাথোঁ ‍‍‍আমি থাকো সপোনভাঁজত 
ৰাতি ৰাতি  ছোন মোৰ সঁপোনবোৰে
 খেদি  খেদি মোক আকৌ সুই পৰে
নাজানো ʼ  তুমি থাকা নাজানো ‍‍‍ ʼ থাকো জানো মাথোঁ ‍‍‍আমি থাকো সপোনভাঁজত 
ৰাতি ৰাতি  ছোন মোৰ সঁপোনবোৰে
 খেদি  খেদি মোক আকৌ সুই পৰে 

Download Music Mp3 Click here Online  

                   

 

Leave a Comment