Nilim nilim assamese song by Zubeen Garg

Nilim nilim নীলিম নীলিম Zubeen Garg assamese song

Singer – Zubeen Garg Lyrics/Music – Ajoy Phukan
 
 

 

নীলিম মৰম বুকুতসপোন সপোন দুচকোতনীলিম মৰম বুকুতসপোন সপোন দুচকোত
প্ৰনয়ে প্ৰনয়েৰ নৈ হৈতেজে  তেজে শিৰে শিৰে বৈবিয়পিম তোমাৰ গভিৰ লৈ
নীলিম মৰম বুকুতসপোন সপোন দুচকোত
तेरी मेरी मेरी तेरी हमारी प्रेम कहानीरब ने बनाया मेहरबानहो मेरी मेहरबानमेरी मेहरबान
বুকুযে বুকু সাৱটিচেনেহা চেনেহী
জুৰীয়া মৰমৰ ধেমালি
বুকুযে বুকু সাৱটিচেনেহা চেনেহী
জুৰীয়া মৰমৰ ধেমালি
প্ৰনয়ে  প্ৰনয়ৰ নৈ হৈতেজে  তেজে শিৰে শিৰে বৈবিয়পিম তোমাৰ গভিৰ লৈ
মিলি যাম চিৰ জীৱনলৈ
নীলিম মৰম বুকুতসপোন সপোন দুচকোত
সপোনে সপোন আজিপ্ৰেমৰে লুকা চুৰি
কলিজাতে যৌবনৰে হাঁহিচকুয়ে চকু হাঁহিপ্ৰেমৰে লুকা চুৰি
মৰম মৰমৰ অভিমানীপ্ৰনয়ে  প্ৰনয়ৰ নৈ হৈতেজে  তেজে শিৰে শিৰে বৈমিলি যাম চিৰ জীৱনলৈ
নীলিম নীলিম মৰম বুকুতসপোন সপোন দুচকোত
तेरी मेरी मेरी तेरी हमारी प्रेम कहानीरब ने बनाया मेहरबानहो मेरी मेहरबानमेरी मेहरबान

 

 

Leave a Comment