Nesao tumak ebaru assamese song

Nesao tumak ebaru নেচাও তোমাক এবাৰো assamese song

Song – Nesao tumak ebaru নেচাও তোমাক এবাৰো
Singer – Gargi Dutta and Zubeen Garg

নেচাও তোমাক এবাৰো
নেচাপো কাষ এন্ধানো
পাহৰি যাও মুছি মুছি থও
তোমাৰ মনৰ পৰা মোৰ
নেচাও তোমাক এবাৰো
নেচাপো কাষ এন্ধানো
পাহৰি যাও মুছি মুছি থও
তোমাৰ মনৰ পৰা মোৰ
ভাবিবলৈ ভয় , জানো সঁচা হয়
এই ভাবনি কলিজা কৰে আটোৰ
হব পাৰে এনে কথা
জীৱনে মোক এৰে যদি
হব পাৰে এনে কথা
মৰণে মোক চুই যদি
নেচাও তোমাক এবাৰো
নেচাপো কাষ এন্ধানো
কিনো পৃথিৱী নাজানো নিছিনো
তোমাৰ মোৰ সকলো
দুফালে দুকাখে ধুনীয়া সেউজীয়া
তোমাৰ নামৰ সপোন
পৃথিৱী যদি কলা হয়
নৈ যান জুৰিও শুকাই
পৃথিৱী যদি কলা হয়
নৈ যান জুৰিও শুকাই
হব পাৰে এনে কথা
জীৱনে মোক এৰে যদি
হব পাৰে এনে কথা
মৰণে মোক চুই যদি
নেচাও তোমাক এবাৰো
নেচাপো কাষ এন্ধানো
এটি কথা নকবা
শূনুতে হেৰাব
কথাৰ নদী হোৱানা
কবলৈ বাকী আছে
মনে মনে মনে
নিজক সুধি চোৱানা
দুবাহো নোপোৱা জিৰাব
সাৱটি নোৱাৰা হাহিৱ
দুবাহো নোপোৱা জিৰাব
সাৱটি নোৱাৰা হাহিৱ
হব পাৰে এনে কথা
জীৱনে মোক এৰে যদি
হব পাৰে এনে কথা
মৰণে মোক চুই যদি
নেচাও তোমাক এবাৰো
নেচাপো কাষ এন্ধানো
পাহৰি যাও মুছি মুছি থও
তোমাৰ মনৰ পৰা মোৰ

Leave a Comment