Dhulikona assamese song with assamese lyrics


Song: Dhulikona
Singer: Zubeen Garg , Zublee Baruah, Panchana Rabha.
Music: Zubeen Garg
Lyrics: Sasanka Samir

play – 

ধুলিকনা অঘৰী কবিতা
উন্মনা বিচাৰি ঠিকনা

ধুলিকনা বাউলী কণিকা
উম্মনা চিনাকি পখিলা

ডাকোৱাল বতাহে
জুলুঙা যায় জোকাৰী

পাহোৱাল পাহাৰো
বগুয়া বাই আউসী

যাযাৱৰ পৰসে
মোহনা পায় সাঁতুৰি

জীবনৰ জাহাজে
জেতুকা লৈ ৰাঙুলি

ধুলিকনা অঘৰী কবিতা
উন্মনা বিচাৰি ঠিকনা

জোনাকৰ নীলা ওঠৰে
বননিৰ বেহা চুমিলে
মিঠা লাগে দুচকতে
এটোপাল চেঁচা নিয়ঁৰে
জননীৰ হিয়া দহিৰে
তৃযা জাগে শিৰে  শিৰে
আঘাতৰ নিমাত চিয়ৰে
উশাহৰ মিচিল সৰতে
ঘনে  ঘনে

ডাকোৱাল বতাহে
জুলুঙা যায় জোকাৰী

পাহোৱাল পাহাৰো
বগুয়া বাই আউসী

যাযাৱৰ পৰসে
মোহনা পায় সাঁতুৰি

জীবনৰ জাহাজে
জেতুকা লৈ ৰাঙুলি

ধুলিকনা অঘৰী কবিতা
উন্মনা বিচাৰি ঠিকনা

ডাঁৱৰৰ ৱগা কপাঁহে
বাৰিযাৰ চোলা পিন্ধিলে
টোপাটোপে ঘাম সৰে
ভাগৰৰ চহা খেতিতে
আঘোণৰ জীয়া ফচলে
ঠুকাথুকে হাঁহি মাৰে

নিয়তিৰ নিজাম নিয়মে
শিঁহৰণ জগায় তেঁজতে
বাৰে  বাৰে

ডাকোৱাল বতাহে
জুলুঙা যায় জোকাৰী

পাহোৱাল পাহাৰো
বগুয়া বাই আউসী

যাযাৱৰ পৰসে
মোহনা পায় সাঁতুৰি

জীবনৰ জাহাজে
জেতুকা লৈ ৰাঙুলি

ধুলিকনা বাউলী কণিকা
উম্মনা না না

 

 

Leave a Comment